- Description
- Curriculum
- Reviews
Course details
Lectures
:
3
Level
:
Open to All
Description
যিকোনো এটা বাণিজ্যিক প্ৰতিষ্ঠানত দীৰ্ঘসময়ৰ বাবে পুঁজি বা মূলধন বিনিয়োগ কৰিব বিচাৰিলে প্ৰতিষ্ঠানটোৱে কি ব্যৱসায় কৰে সেয়া ভালদৰে জানি বুজি লোৱা অতি প্ৰয়োজন । বাণিজ্যিক প্ৰতিষ্ঠানটোৰ অৰ্থনৈতিক সুস্থিৰতা, ভৱিষ্যতৰ সম্ভাৱনা আদিৰ খবৰ লোৱাৰ বাবে ব্যৱহৃত প্ৰণালীবদ্ধ অধ্যয়নকে চমুকৈ মৌলিক বিশ্লেষণ বুলিব পাৰি । মৌলিক বিশ্লেষণত ভাল বা সুস্থিৰ প্ৰতিপন্ন হোৱা প্ৰতিষ্ঠানসমূহে দীৰ্ঘ সময়ৰ বাবে (৫ – ১০ বছৰ) বিনিয়োগ কৰি ৰখা পুঁজিক এটা আকৰ্ষণীয় আৰ্থিক সম্পদলৈ ৰূপান্তৰ কৰিব পাৰে । এই পাঠ্যক্ৰমত মৌলিক বিশ্লেষণৰ বাবে প্ৰয়োজনীয় প্ৰাৰম্ভিক জ্ঞানৰ বিশদ বিৱৰণ দিয়া হৈছে । পাঠ্যক্ৰম খৰচি মাৰি পঢ়াৰ অন্তত এগৰাকী পঢ়ুৱৈয়ে যিকোনো এটা বাণিজ্যিক প্ৰতিষ্ঠান বা কোম্পানীৰ অৰ্থনৈতিক সম্ভাৱনীয়তাৰ বিশ্লেষন কৰিব পৰা হৈ উঠিব বুলি আমি আশাবাদী ।
Curriculum
মৌলিক বিশ্লেষণৰ সৈতে চিনাকি (Introduction)
অৰ্থনৈতিক বিশ্লেষণ (Economic Analysis)
উদ্যোগৰ বিশ্লেষণ (Industry Analysis)
বাণিজ্যিক প্ৰতিষ্ঠানৰ বিশ্লেষণ (Company Analysis – Non Financial)
প্ৰতিষ্ঠান এটাৰ আৰ্থিক বিৱৰণসমূহ (Financial Statements)
অনুপাত বিশ্লেষণ (Ratio Analysis)
অনুপাত বিশ্লেষণৰ সহায়ত বাণিজ্যিক প্ৰতিষ্ঠানৰ তুলনামূলক অধ্যয়ণ
টকাৰ সময় মূল্য (Time Value Of Money)
ষ্টকৰ মূল্য নিৰ্ধাৰণ (Valuation Of Stock)
প্ৰতিষ্ঠান এটাৰ মূল্য নিৰ্ধাৰণ (Valuation Of Firms)
বিষয় অধ্যয়ণ (Case Study)
বিশ্লেষণৰ প্ৰতিবেদন প্ৰস্তুত কৰণ (Prepare A Research Report)
Reviews
Please, login to leave a review
Popular courses
